Thursday, March 28, 2024
Homeবিজ্ঞাপনঅসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদত পদ খালী

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদত পদ খালী

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদত খালী হোৱা পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ৭ জানুৱাৰী’ ২০১৮।

পদৰ সবিশেষঃ

পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট (টেকনিকেল)

পদৰ সংখ্যাঃ ২টা

দৰমহাৰ নিৰিখঃ ১৮০০০/- মাহিলি

বিজ্ঞাপনৰ বাবে চাওঁক >> << ইয়াত ক্লিক কৰক >>

সবিশেষ জনাৰ বাবে চাওঁক >> << www.ahsec.nic.in>>

আবেদন পঠিওৱা ঠিকনাঃ

To the Secretary

Assam Higher Secondary Education Council

Bamunimaidam, Guwahati– 781021

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward