24.2 C
Guwahati
Tuesday, May 18, 2021
Home বিজ্ঞাপন অসম ৰাজ্যিক তথ্য আয়োগত পদ খালী

অসম ৰাজ্যিক তথ্য আয়োগত পদ খালী

প্ৰকাশিত তাৰিখঃ ১ ডিচেম্বৰ’ ২০১৭

গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত অসম ৰাজ্যিক তথ্য আয়োগত বিভিন্ন বৰ্গৰ পদ খালী হৈছে। অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে ১৪ ডিচেম্বৰ’ ২০১৭ৰ মাজনিশালৈ অনলাইনত আবেদন কৰিব পাৰে

পদৰ সবিশেষঃ

খালী হোৱা পদৰ নামঃ ছিনিয়ৰ এছিছটেণ্ট

খালী হোৱা পদৰ সংখ্যাঃ ২ টা

খালী হোৱা পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট

খালী হোৱা পদৰ সংখ্যাঃ ৪টা (ইয়াৰে ১টা পদ ক্ষতিপূৰণৰ শিতানত পূৰণ কৰা হ’ব)

খালী হোৱা পদৰ নামঃ জুনিয়ৰ একাউণ্ট এছিছটেণ্ট

খালী হোৱা পদৰ সংখ্যাঃ ১টা

খালী হোৱা পদৰ নামঃ ৰাইডাৰ তথা প্ৰচেছ ছাৰ্ভাৰাৰ 

খালী হোৱা পদৰ সংখ্যাঃ ২টা

খালী হোৱা পদৰ সংখ্যাঃ ড্ৰাইভাৰ

খালী হোৱা পদৰ নামঃ ৩টা

অধিক জানিবৰ বাবে চাওঁক >>

<< www.aicvacancy.in >>     

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৭ মে’ ২০২১ কৰ্মৰ নাই কোনো শ্ৰেণী বিভাজন      ফটোঃ চানডুবি নিউজ Pix: Chandubi News

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৭ মে’ ২০২১ কদৰ্যময় পৰিবেশ, দক্ষিণ কামৰূপৰ অন্যতম বাণিজ্য চহৰ বিজয় নগৰৰ দৃশ্য ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৭ মে’ ২০২১ ব্যস্ত ৰাজপথত এজাক ঘৰচীয়া জন্তু, গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী দীপৰ বিলৰ সমীপত ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৭ মে’ ২০২১ বিদায় ব’হাগ     ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward