Friday, April 19, 2024
Homeবিজ্ঞাপনঅসম ৰাজ্যিক তথ্য আয়োগত পদ খালী

অসম ৰাজ্যিক তথ্য আয়োগত পদ খালী

প্ৰকাশিত তাৰিখঃ ১ ডিচেম্বৰ’ ২০১৭

গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত অসম ৰাজ্যিক তথ্য আয়োগত বিভিন্ন বৰ্গৰ পদ খালী হৈছে। অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে ১৪ ডিচেম্বৰ’ ২০১৭ৰ মাজনিশালৈ অনলাইনত আবেদন কৰিব পাৰে

পদৰ সবিশেষঃ

খালী হোৱা পদৰ নামঃ ছিনিয়ৰ এছিছটেণ্ট

খালী হোৱা পদৰ সংখ্যাঃ ২ টা

খালী হোৱা পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট

খালী হোৱা পদৰ সংখ্যাঃ ৪টা (ইয়াৰে ১টা পদ ক্ষতিপূৰণৰ শিতানত পূৰণ কৰা হ’ব)

খালী হোৱা পদৰ নামঃ জুনিয়ৰ একাউণ্ট এছিছটেণ্ট

খালী হোৱা পদৰ সংখ্যাঃ ১টা

খালী হোৱা পদৰ নামঃ ৰাইডাৰ তথা প্ৰচেছ ছাৰ্ভাৰাৰ 

খালী হোৱা পদৰ সংখ্যাঃ ২টা

খালী হোৱা পদৰ সংখ্যাঃ ড্ৰাইভাৰ

খালী হোৱা পদৰ নামঃ ৩টা

অধিক জানিবৰ বাবে চাওঁক >>

<< www.aicvacancy.in >>     

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward