Wednesday, April 24, 2024
Homeবাতৰিঅসম ৰাজ্যিক নিৰ্বাচন আয়োগত পদ খালী

অসম ৰাজ্যিক নিৰ্বাচন আয়োগত পদ খালী

অসম ৰাজ্যিক নিৰ্বাচন আয়োগত খালী হোৱা পদ পূৰাবলৈ ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ১৬ মাৰ্চ, ২০১৮।  

খালী হোৱা পদৰ সবিশেষ

পদৰ নামঃ টাইপিষ্ট

পদৰ সংখ্যাঃ ১টা (পদটো অসংৰক্ষিত)

মাহিলি দৰমহাঃ ১৪০০০–৪৯০০০ টকা, গ্ৰেড পে’: ৬২০০ টকা লগতে অন্যান্য সা–সুবিধা

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত যিকোনো শিক্ষানুষ্ঠানৰ পৰা এইচ এছ এছ এল চি পৰীক্ষাত উত্তীৰ্ণ। পঞ্জীকৃত শিক্ষা প্ৰতিষ্ঠানৰ পৰা অসমীয়া আৰু ইংৰাজীত ছয়মহীয়া কম্পিউটাৰ টাইপিঙৰ ডিপ্লমা/ ছাৰ্টিফিকেট থাকিব লাগিব।

বয়সৰ পৰিসীমাঃ ১৮–৪৩ বছৰ (০১–০১–২০১৮)

অধিক জানিবৰ বাবে বিভাগীয় ৱেৱচাইট চাওঁক >> < www.secassam.in >

খালী পদটিৰ বিজ্ঞাপন চোৱাৰ বাবে >> << ক্লিক কৰক >>

 

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা

To

Office the Assam State Election Commission

Husefed Complex, Dispur

Guwahati 6

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward