Friday, April 19, 2024
Homeবিজ্ঞাপনআছাম পেট্ৰ’কেমিকেলছ লিমিটেডত পদ খালী

আছাম পেট্ৰ’কেমিকেলছ লিমিটেডত পদ খালী

প্ৰকাশিত তাৰিখঃ ৩০ নৱেম্বৰ, ২০১৭

অসম চৰকাৰৰ অধিনস্থ নামৰূপৰ আছাম পেট্ৰ’কেমিকেলছ লিমিটেডত খালী হোৱা বিভিন্ন বৰ্গৰ পদত নিযুক্তিৰ বাবে আবেদন পত্ৰ বিচাৰিছে। ইচ্ছুক আৰু যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে ১২ ডিচেম্বৰ বা তাৰ আগতে আবেদন পত্ৰ পঠিয়াব পাৰে।  

খালী হোৱা পদ সমূহঃ

ছিনিয়ৰ মেনেজাৰ (চিভিল)

এছিছটেণ্ট মেনেজাৰ (চিভিল)

এছিছটেণ্ট মেনেজাৰ (এফ এণ্ড এ)

একাউণ্টছ অফিচাৰ

আবেদনৰ সবিশেষ জানিবৰ বাবে চাওঁক >>

<< www.assampetrochemicals.co.in >>    

কাৰ্যালয়ৰ ফোন নম্বৰঃ (০৩৭৪ – ২৫০০৩৩১/ ২১২

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward