Friday, April 19, 2024
Homeবিজ্ঞাপনকামৰূপ গ্ৰাম্য জিলাত প্ৰশাসনীয় বিষয়াৰ পদ খালী

কামৰূপ গ্ৰাম্য জিলাত প্ৰশাসনীয় বিষয়াৰ পদ খালী

প্ৰকাশিত তাৰিখঃ ৮ ডিচেম্বৰ’ ২০১৭

কামৰূপ গ্ৰাম্য জিলা (আমিনগাঁও)ত প্ৰশাসনীয় বিষয়াৰ পদ খালী হৈছে। অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদৰ বাবে অহা ৩১ ডিচেম্বৰ’ ২০১৭ বা তাৰ আগতে আবেদন কৰিব পাৰে।

পদৰ সবিশেষঃ

পদৰ নামঃ প্ৰশাসনীয় বিষয়া

পদৰ সংখ্যাঃ ১টা

দৰমহাৰ নিৰিখঃ ২০,০০০ – ৮৭,০০০/- গ্ৰেড পে’ ১১৫০০/-

সবিশেষ জানিবৰ বাবে বিভাগীয় বিজ্ঞাপন চাওঁক >>

<< ইয়াত ক্লিক কৰক >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward