Friday, March 29, 2024
Homeবিজ্ঞাপনগুৱাহাটীৰ চি বি আই বিশেষ আদালতত নিযুক্তি

গুৱাহাটীৰ চি বি আই বিশেষ আদালতত নিযুক্তি

গুৱাহাটীৰ চি বি আই বিশেষ আদালতৰ ৩নং আদালতত খালী হোৱা পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে।

পদৰ সবিশেষ

পদৰ নামঃ চিৰস্তাদাৰ

পদৰ সংখ্যাঃ ১টা

পদৰ নামঃ হেড এছিছটেণ্ট

পদৰ সংখ্যাঃ ১টা

দৰমহাৰ নিৰিখঃ

চিৰস্তাদাৰৰ– ৩০,০০০ – ১, ১০,০০০ টকা আৰু গ্ৰেড পে’– ১৪,৫০০ টকা

হেড এছিছটেণ্ট– ৩০,০০০ – ১, ১০,০০০ টকা আৰু গ্ৰেড পে’– ১৩,৯০০ টকা

ইচ্ছুক প্ৰাৰ্থীসকলে অহা ৩০ নৱেম্বৰ বা তাৰ আগতে পোৱাকৈ আবেদন কৰিব লাগিব।

অধিক জানিবৰ বাবে চাওঁকঃ www.kamrupjudiciary.gov.in  

বিজ্ঞাপনৰ বিষয়ে << ইয়াতে ক্লিক কৰক >>  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward