Saturday, April 20, 2024
Homeবিজ্ঞাপনগুৱাহাটী উচ্চ ন্যায়ালয়ত পদ খালী

গুৱাহাটী উচ্চ ন্যায়ালয়ত পদ খালী

গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হোৱা বিভিন্ন পদ পূৰণ কৰিবলৈ ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ৩১ মাৰ্চ, ২০১৮।   

খালী হোৱা পদৰ সবিশেষ

১] পদৰ নামঃ ষ্টেন’গ্ৰাফাৰ গ্ৰেড– II

পদৰ সংখ্যাঃ ১৩ টা  

পে’ বেণ্ড৩: ২২,০০০–৮৭,০০০ টকা, গ্ৰেড পে’: ৯,৭০০ টকা

শিক্ষাগত অৰ্হতাঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা স্নাতক ডিগ্ৰীধাৰী  

২] পদৰ নামঃ ষ্টেন’গ্ৰাফাৰ গ্ৰেড– III

পদৰ সংখ্যাঃ ৮৪ টা  

পে’ বেণ্ড২: ১৪,০০০–৪৯,০০০ টকা, গ্ৰেড পে’: ৭,৪০০ টকা

বসয়ৰ পৰিসীমাঃ ১৮–৩৮ বছৰ (অসংৰক্ষিত প্ৰাৰ্থীৰ ক্ষেত্ৰত), ১৮–৪১ বছৰ (অবিচি/ এমঅবিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত), ১৮–৪৩ বছৰ (এছ চি/ এছ টি/ প্ৰাৰ্থীৰ ক্ষেত্ৰত)

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ড/ কাউঞ্চিল/ ইউনিভাৰ্চিটিৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ

অনলাইন আবেদনৰ বাবেঃ www.ghconline.gov.in

বিজ্ঞাপন চোৱাৰ বাবে >> << ক্লিক কৰক >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward