29 C
Guwahati
Tuesday, August 3, 2021
Home বিজ্ঞাপন গুৱাহাটী উচ্চ ন্যায়ালয়ত পদ খালী

গুৱাহাটী উচ্চ ন্যায়ালয়ত পদ খালী

গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হোৱা বিভিন্ন পদ পূৰণ কৰিবলৈ ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ৩১ মাৰ্চ, ২০১৮।   

খালী হোৱা পদৰ সবিশেষ

১] পদৰ নামঃ ষ্টেন’গ্ৰাফাৰ গ্ৰেড– II

পদৰ সংখ্যাঃ ১৩ টা  

পে’ বেণ্ড৩: ২২,০০০–৮৭,০০০ টকা, গ্ৰেড পে’: ৯,৭০০ টকা

শিক্ষাগত অৰ্হতাঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা স্নাতক ডিগ্ৰীধাৰী  

২] পদৰ নামঃ ষ্টেন’গ্ৰাফাৰ গ্ৰেড– III

পদৰ সংখ্যাঃ ৮৪ টা  

পে’ বেণ্ড২: ১৪,০০০–৪৯,০০০ টকা, গ্ৰেড পে’: ৭,৪০০ টকা

বসয়ৰ পৰিসীমাঃ ১৮–৩৮ বছৰ (অসংৰক্ষিত প্ৰাৰ্থীৰ ক্ষেত্ৰত), ১৮–৪১ বছৰ (অবিচি/ এমঅবিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত), ১৮–৪৩ বছৰ (এছ চি/ এছ টি/ প্ৰাৰ্থীৰ ক্ষেত্ৰত)

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ড/ কাউঞ্চিল/ ইউনিভাৰ্চিটিৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ

অনলাইন আবেদনৰ বাবেঃ www.ghconline.gov.in

বিজ্ঞাপন চোৱাৰ বাবে >> << ক্লিক কৰক >>

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

বন বিভাগৰ আঁচনি

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ বন বিভাগৰ এই আঁচনিখন ৰূপায়ণৰ নামত নিশ্চয় বহু লাখ টকা খৰচ কৰিব। কিন্তু বাস্তৱক্ষেত্ৰত আঁচনিখনৰ সফল ৰূপ পাবনে? যি হাৰত...

অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমা সংঘাতৰ ঐতিহাসিক কাৰণ

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – ভাৰতবৰ্ষ স্বাধীনতা লাভৰ পাছত উত্তৰ–পূৰ্বাঞ্চলত অসম, মণিপুৰ আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য গঠন হৈছিল। আজিৰ মিজোৰাম, নগালেণ্ড,...

খেতিপথাৰত মহিলা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ শাওণৰ পথাৰ। কৃষি কৰ্মত ব্যস্ত মহিলাসকল। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ খেতিপথাৰত। ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

লক্ষ্মী ফেঁচা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ এহাল লক্ষ্মী ফেঁচা। ক্ৰমান্বয়ে বিলুপ্তিৰ পিনে গতিকৰা ফেঁচা হালক মহানগৰীৰ পামহীত দেখা গৈছে। ফটোঃ মৰ্মেশ্বৰ বড়ো Pix: Marmeswar Boro

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward