Friday, April 19, 2024
HomeNEWSগুজৰাটত ওলমা দলং দুৰ্ঘটনাত প্ৰায় ডেৰশ লোকৰ মৃত্যু!

গুজৰাটত ওলমা দলং দুৰ্ঘটনাত প্ৰায় ডেৰশ লোকৰ মৃত্যু!

প্ৰকাশিত তাৰিখঃ ৩১ অক্টোবৰ, ২০২২

চানডুবি নিউজ ডেস্ক –

০ গুজৰাটৰ ম’ৰবি জিলাৰ মাচু নদীত ওলমি থকা দলং এখন খহি পৰে

০ দেওবাৰে সংঘটিত হোৱা দুৰ্ঘটনাটোত এতিয়ালৈ প্ৰায় ১৪০ জনৰ মৃতদেহ উদ্ধাৰ হৈছে

০ দুৰ্ঘটনাত মৃত্যু হৈছে গুজৰাটৰ এগৰাকী সাংসদৰ ১২জনকৈ আত্মীয়ৰ, য’ত– পাঁচটা শিশু চাৰি গৰাকী মহিলা আৰু তিনিজন পুৰুষ সদস্য আছিল

০ তীব্ৰ গতিত উদ্ধাৰ অভিযান চলি আছে

০ উল্লেখ্য যে, দুৰ্ঘটনাৰ সময়ত এই দলংখনৰ ওপৰত প্ৰায় ৫০০ লোকৰ যাতায়ত চলি আছিল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward