Saturday, December 3, 2022
HomePHOTOGRAPHYদ্য চানছেট

দ্য চানছেট

প্ৰকাশিত তাৰিখঃ ৪ জুলাই, ২০২২

চানছেট (সুৰ্যাস্ত)। চানডুবি পাৰৰ সৰ্য্য ডুব যোৱা দৃশ্য। চানছেটৰ লগত চানডুবি বিল আৰু ব্ৰিটিছ চাহাব সকলৰ সম্পৰ্ক আছে। এদিন বিলটোৰ পাৰৰ পৰা চানছেটৰ অপূৰ্ব দূশ্য চাই পুলকিত হৈছিল ব্ৰিটিছ চাহাব সকল। কালক্ৰমত চানছেটৰ পৰাই চানডুবি হোৱা বুলি জনশ্ৰুতিত প্ৰকাশ।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward