Friday, March 29, 2024
Homeবিজ্ঞাপননগাঁও টাউন এণ্ড কাউণ্ট্ৰী প্লেনিঙত পদখালী

নগাঁও টাউন এণ্ড কাউণ্ট্ৰী প্লেনিঙত পদখালী

প্ৰকাশিত তাৰিখঃ ১৪ ডিচেম্বৰ’ ২০১৭

নগাঁও টাউন এণ্ড কাউণ্ট্ৰী প্লেনিঙত খালী হোৱা পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে উক্ত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ২৬ ডিচেম্বৰ’ ২০১৭।

পদৰ সবিশেষ

পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট

পদৰ সংখ্যাঃ ২টা (অ বি চি/ এম অ বি সংৰক্ষিত– ১, অসংৰক্ষিত– ১)

বয়সৰ পৰিসীমাঃ ১৮ – ৪৩ বছৰ (০১ – ০১ – ২০১৭ বৰ্ষ অনুসৰি) 

দৰমহাৰ নিৰিখঃ পিবি – ২, ১৪০০০ – ৪৯০০০ টকা + গ্ৰে’ড পে’ ৫৬০০ টকা

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী। কম্পিউটাৰ টাইপিঙত দক্ষতা থাকিব লাগিব।

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা

To The Deputy Director

Town & Country Planning, Nagaon

Shankar Mission Road (Opposite of ITI)

Panigaon, Nagaon– 782003

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward