29 C
Guwahati
Monday, August 2, 2021
Home বাতৰি বঙাইগাঁও ৰিফাইনেৰীত পদ খালী

বঙাইগাঁও ৰিফাইনেৰীত পদ খালী

ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ বঙাইগাঁও ৰিফাইনেৰীত কিছু সংখ্যক খালী পদ পূৰণৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ১০ মাৰ্চ, ২০১৮।  

খালী হোৱা পদৰ সবিশেষ

১) পদৰ নামঃ জুনিয়ৰ ইঞ্জিনিয়াৰীং এছিছটেণ্ট–IV (প্ৰডাকচন)  

পদৰ সংখ্যাঃ ২০টা

২) পদৰ নামঃ জুনিয়ৰ ইঞ্জিনিয়াৰীং এছিছটেণ্ট–IV (পি এণ্ড ইউ)  

পদৰ সংখ্যাঃ ২ টা

৩) পদৰ নামঃ জুনিয়ৰ ইঞ্জিনিয়াৰীং এছিছটেণ্ট–IV (ইনষ্ট্ৰুমেণ্ট)/ জুনিয়ৰ টেকনিকেল এছিছটেণ্ট–IV

পদৰ সংখ্যাঃ ১ টা

৪) পদৰ নামঃ জুনিয়ৰ কোৱালিটী কণ্ট্ৰোল এনালিষ্ট –IV

পদৰ সংখ্যাঃ ৩ টা

৫) পদৰ নামঃ জুনিয়ৰ ইঞ্জিনিয়াৰীং এছিছটেণ্ট–IV (ফায়াৰ এণ্ড ছেফটি)  

পদৰ সংখ্যাঃ ১ টা

৬) পদৰ নামঃ জুনিয়ৰ মেটেৰিয়েল এছিছটেণ্ট–IV/ জুনিয়ৰ টেকনিকেল এছিছটেণ্ট–IV

পদৰ সংখ্যাঃ ১ টা

৭) পদৰ নামঃ জুনিয়ৰ নাৰ্চিং এছিছটেণ্ট–IV   

পদৰ সংখ্যাঃ ১ টা

বয়সৰ পৰিসীমাঃ ১৮–২৬ বছৰ (২৮–০২–২০১৮)। চৰকাৰী বিধি অনুসৰি এছ চি/ এছ টি আৰু অবিচি প্ৰাৰ্থীয়ে বয়সৰ উচ্চসীমা ৰেহাই পোৱাৰ ব্যৱস্থা।

সবিশেষ জানিবৰ বাবে বিভাগীয় ৱেৱচাইট চাওঁক >> <<www.iocl.com>>

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা

To

The Deputy General Manager (HR)

Indian Oil Corporation Limited

Bongaigaon Refinery

PO: Dhaligaon

District: Chirang, Assam

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

বন বিভাগৰ আঁচনি

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ বন বিভাগৰ এই আঁচনিখন ৰূপায়ণৰ নামত নিশ্চয় বহু লাখ টকা খৰচ কৰিব। কিন্তু বাস্তৱক্ষেত্ৰত আঁচনিখনৰ সফল ৰূপ পাবনে? যি হাৰত...

অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমা সংঘাতৰ ঐতিহাসিক কাৰণ

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – ভাৰতবৰ্ষ স্বাধীনতা লাভৰ পাছত উত্তৰ–পূৰ্বাঞ্চলত অসম, মণিপুৰ আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য গঠন হৈছিল। আজিৰ মিজোৰাম, নগালেণ্ড,...

খেতিপথাৰত মহিলা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ শাওণৰ পথাৰ। কৃষি কৰ্মত ব্যস্ত মহিলাসকল। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ খেতিপথাৰত। ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

লক্ষ্মী ফেঁচা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ এহাল লক্ষ্মী ফেঁচা। ক্ৰমান্বয়ে বিলুপ্তিৰ পিনে গতিকৰা ফেঁচা হালক মহানগৰীৰ পামহীত দেখা গৈছে। ফটোঃ মৰ্মেশ্বৰ বড়ো Pix: Marmeswar Boro

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward