Thursday, April 25, 2024
Homeবাতৰিভাৰত–ভুটান মৈত্ৰীৰ সোণালী জয়ন্তী বৰ্ষ

ভাৰত–ভুটান মৈত্ৰীৰ সোণালী জয়ন্তী বৰ্ষ

প্ৰকাশিত তাৰিখঃ ২৬ নবেম্বৰ, ২০১৮

চি এন ডেক্স

ভাৰত–ভূটানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক হাজাৰ বছৰীয়া পুৰণি যদিও দেশ দুয়োখনৰ মাজত মৈত্ৰী সংন্থা (BIFA)ৰ জন্ম হয় ১৯৬৮ চনত। ইতিহাস বিজড়িত চুবুৰীয়া বৈদেশিক ৰাষ্ট্ৰখনৰ সৈতে থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কই আজি সোণালী জয়ন্তীবৰ্ষ গৰকিলে। বন্ধুত্বপূৰ্ণৰ পঞ্চাশ বছৰ উপলক্ষে যোৱা ১০ নৱেম্বৰত ছানদ্ৰুপ জংখাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয় সোণালী জয়ন্তী উৎসৱ।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward