Wednesday, April 17, 2024
HomeNEWSমাটিৰাম ৰাভাৰ এক ব্যতিক্ৰমী পদক্ষেপ

মাটিৰাম ৰাভাৰ এক ব্যতিক্ৰমী পদক্ষেপ

প্ৰকাশিত তাৰিখঃ ১ এপ্ৰিল, ২০২৪

ৰাভা হাছং পৰিষদীয় এলেকাৰ লোহাৰঘাটত মাটিৰাম ৰাভাৰ এক ব্যতিক্ৰমী পদক্ষেপ। একক প্ৰচেষ্টাৰে নিজৰ বাৰীত স্থাপন কৰা ফুলৰ বাগিচাখনত বিভিন্ন প্ৰজাতিৰ প্ৰায় ১৫০ বিধ অৰ্কিড থলুৱাভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward