Friday, March 29, 2024
Homeবিজ্ঞাপনষ্টেট বেংক অব ইণ্ডিয়াত পদ খালী

ষ্টেট বেংক অব ইণ্ডিয়াত পদ খালী

ষ্টেট বেংক অব ইণ্ডিয়াত খালী হোৱা পদ পূৰণৰ বাবে অৰ্হতাসম্পন্ন ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ১০–০২–২০১৮।

খালী হোৱা পদৰ সবিশেষ

পদৰ নামঃ জুনিয়ৰ এছোচিয়েট (কাষ্টমাৰ চাপোৰ্ট এণ্ড চেলছ)

পদৰ সংখ্যাঃ ৮৩০১ টা (অসম: ২৪৭টা, অৰুণাচল প্ৰদেশ: ৫৩টা, মণিপুৰ: ১০টা, মেঘালয়: ৫৩টা, মিজোৰাম: ২৭টা, নাগালেণ্ড: ৩৩টা, ত্ৰিপুৰা: ৩৭টা, ছিকিম: ৭টা)

দৰমহাঃ ১১৭৬৫–৬৫৫/ ৩–১৩৭৩০–৮১৫/ ৩–১৬১৭৫/ ৪–২০০৯৫–১১৪৫/ ৭–২৮১১০–২১২০/ ১–৩০২৩০–১৩১০/ ১–৩১৪৫

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী।

বয়সৰ পৰিসীমাঃ ২০–২৮ বছৰ (০১-০১-২০১৮) চৰকাৰী বিধি অনুসৰি এছ চি/ এছ টিঃ ৫ বছৰ, অবিচিঃ ৩ বছৰ আৰু সাধাৰণ শ্ৰেণীৰ বিশেষভাৱে সক্ষম প্ৰাৰ্থীক ১০ বছৰ ৰেহাইৰ ব্যৱস্থ আছে।

পৰীক্ষা কেন্দ্ৰঃ গুৱাহাটী, যোৰহাট, কোকৰাঝাৰ, ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰ।

সবিশেষ জানিবৰ বাবে চাওঁক >> www.sbi.co.in/careers, https://bank.sbi.careers

অনলাইন আবেদনৰ বাবে >> << ক্লিক কৰক >>

http://ibps.sifyitest.com/sbijacsjan18/reg_start.php?msg=Application_will_stast_soon

বিজ্ঞাপনৰ বাবে চাওঁক >> << ক্লিক কৰক >>     

ttps://www.sbi.co.in/webfiles/uploads/files/1516358303086_SBI_CLERICAL_ADV_ENGLISH.pdf

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward