Saturday, April 20, 2024
HomePHOTOGRAPHYসজ্জনপাৰা বুঢ়ী গোসাঁনী থানত দুৰ্গা পূজা

সজ্জনপাৰা বুঢ়ী গোসাঁনী থানত দুৰ্গা পূজা

প্ৰকাশিত তাৰিখঃ ২৬ অক্টবোৰ, ২০২০

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী সজ্জনপাৰা বুঢ়ী গোসাঁনী থানত এইবাৰ অন্য ধৰণে পালন কৰিলে দুৰ্গা পূজা। আধুনিক জাকমকতাৰ সলনি ৩হেজাৰ মাটিৰ চাকি জ্বলাই মন্দিৰ চৌহদ পোহৰাই তোলে।

ভিডিঅ’ লিংক>> https://www.youtube.com/watch?v=cnLZBniCwVo

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward