Saturday, April 20, 2024
Homeবাতৰিৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় চৌহদ মুকলি

ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় চৌহদ মুকলি

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

কামৰূপ জিলাৰ সদৰ আমিন গাঁওত যোৱা ২৫ মাৰ্চত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় চৌহদ মুকলি কৰে। ২০০৯ চনৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী আইনৰ অধীনত প্ৰতিষ্ঠা কৰা এইখনেই হ’ল উত্তৰ–পূৰ্বাঞ্চলৰ একমাত্ৰ আৰু প্ৰথমখন আইন বিশ্ববিদ্যালয়। ১৫০ বিঘা মাটিত নিৰ্মাণ হোৱা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় চৌহদ মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উচ্চতম ন্যয়লয়ৰ ন্যয়াধীশ জে, চেলামেশ্বৰে। উত্তৰ–পূৰ্বাঞ্চলৰ ছাত্ৰ–ছাত্ৰীসকলোৰ বাবে আইনৰ শিক্ষাৰ ক্ষেত্ৰত আইন বিশ্ববিদ্যালয়খনে এক নতুন দিগন্ত সূচনা কৰিব বুলি ৰাজ্যবাসীয়ে আশা প্ৰকাশ কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward