Friday, April 26, 2024
Homeবিজ্ঞাপনৰাষ্ট্ৰীয় সাৰ নিগমত পদ খালী

ৰাষ্ট্ৰীয় সাৰ নিগমত পদ খালী

প্ৰকাশিত তাৰিখঃ ৯ ডিচেম্বৰ’ ২০১৭

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় সাৰ নিগমত কিছু সংখ্যক পদ খালী হৈছে। উক্ত পদ সমূহত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা অহা ১৫ ডিচেম্বৰ বা তাৰ আগতে আবেদন জনাব পাৰে।

পদৰ সবিশেষ

মুঠ পদৰ সংখ্যাঃ ৬৫টা

পদৰ নামঃ অভিযন্তা

পদৰ সংখ্যাঃ ৫৪টা

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ৬০% নম্বৰ সহ অভিযান্ত্ৰীক শাখাত স্নাতক।

দৰমহাৰ নিৰিখঃ ১৬,৪০০–৪০,৫০০ টকা

পদৰ নামঃ ইলেকট্ৰিকেল প্ৰৱন্ধক

পদৰ সংখ্যাঃ ৮টা

শিক্ষাগত অৰ্হতাঃ ইলেকট্ৰিকেল ইঞ্জিয়াৰিঙত ৬০% নম্বৰ সহ স্নাতক ডিগ্ৰীধাৰী।

দৰমহাৰ নিৰিখঃ ২৯,১০০–৫৪,৫০০ টকা

পদৰ নামঃ জ্যেষ্ঠ প্ৰৱন্ধক

পদৰ সংখ্যাঃ৩টা

শিক্ষাগত অৰ্হতাঃ ৬০% নম্বৰ সহ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে এম বি এ ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়।

দৰমহাৰ নিৰিখঃ ৩২,৯০০–৫৮,০০০ টকা

আবেদন মাচুলঃ

অভিযন্তাৰ বাবেঃ ৭০০ টকা

ইলেকট্ৰিকেল প্ৰৱন্ধক আৰু জ্যেষ্ঠ প্ৰৱন্ধকৰ বাবেঃ ১০০০ টকা

সবিশেষ জানিবলৈ কাৰ্যালয়ৰ ৱেৱচাইট চাওঁক >

> << www.nationalfertilizer.co >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward