Monday, July 4, 2022
Google search engine
HomePHOTOGRAPHYদীঘলকুছিত জাতি–জনজাতিৰ সমন্বয়ত মহাপুৰুষীয়া ধৰ্ম শীৰ্ষক আলোচনা চক্ৰ

দীঘলকুছিত জাতি–জনজাতিৰ সমন্বয়ত মহাপুৰুষীয়া ধৰ্ম শীৰ্ষক আলোচনা চক্ৰ

প্ৰকাশিত তাৰিখঃ ২৩ মে’, ২০২২

দক্ষিণ কামৰূপৰ শ্ৰীশ্ৰীচতুৰ্ভূজ দীঘলকুছি সত্ৰত মহাপুৰুষীয়া ধৰ্মালোচনী সভা, শ্ৰীশ্ৰীশঙ্কৰদেৱ মন্দিৰ, শুৱালকুছিৰ প্ৰচাৰ শাখাৰ উদ্যোগত আৰু বৰদুৱাৰ আঞ্চলিক সত্ৰ মহাসভাৰ সহযোগত ২২মে’ত আয়োজিত উক্ত আলোচনা চক্ৰৰ দৃশ্য।

আলোকচিত্ৰঃ চানডুবি নিউজ

Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward