Sunday, October 2, 2022
Google search engine
HomeNEWSদেশৰ চুকে–কোণে আজাদী কা অমৃত মহোৎসৱ

দেশৰ চুকে–কোণে আজাদী কা অমৃত মহোৎসৱ

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট. ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। এই দিৱস উপলক্ষে সমগ্ৰ দেশত পালন কৰা হৈছে ‘আজাদী কা অমৃত’ মহোৎসৱ। দেশত চলি থকা ‘আজাদী কা অমৃত’ মহোৎসৱৰ তাৎপৰ্য কি সেয়া তেওঁলোকে ভালকৈ নাজানে। কিন্তু এইবাৰ জাতীয় পতাকা ঘৰে ঘৰে উৰুৱাবলৈ দিছে সেই কথা তেওঁলোকে জানে। ছবিখন পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমান্তৰ মাটাইখাৰৰ।

ফটোঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

Pix: Nirendra Prasad Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward