Facebook
Instagram
Twitter
Vimeo
Youtube
Sign in
বাতৰি
প্ৰবন্ধ
কবিতা
আলোকচিত্ৰ
তথ্য
কেৰিয়াৰ
আমাৰ বিষয়ে দুষাৰ
Privacy Policy
Contact Us
About Us
Sign in
Welcome!
Log into your account
your username
your password
Forgot your password?
Privacy Policy
Password recovery
Recover your password
your email
Search
Sign in
Welcome! Log into your account
your username
your password
Forgot your password? Get help
Privacy Policy
Password recovery
Recover your password
your email
A password will be e-mailed to you.
Wednesday, April 24, 2024
Sign in / Join
Buy now!
Facebook
Twitter
Youtube
বাতৰি
প্ৰবন্ধ
কবিতা
আলোকচিত্ৰ
তথ্য
কেৰিয়াৰ
আমাৰ বিষয়ে দুষাৰ
Privacy Policy
Contact Us
About Us
Search
Home
2017
Archives
আলোকচিত্ৰ
কামৰূপ জিলাৰ ৰাণী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত যোৱা ৮জুনত অনুষ্ঠিত ষষ্ঠ অনুসূচী দাবী সমিতিৰ ১৪তম্ বাৰ্ষিক অধিবেশন আৰু ১১জুনত গুৱাহাটীৰ ওদালবাক্ৰাত অনুষ্ঠিত ৰাভাসকলৰ বাইখো উৎসৱৰ বিভিন্ন ছবি।
chandubinews
-
June 15, 2017
0
আলোকচিত্ৰ
কৰ্মী বাহিনী, ৰাণী আৰু ৰাণী আঞ্চলিক সংগ্ৰামী কৃষক–শ্ৰমিক সংঘৰ যুটীয়া উদ্যোগত ৰাণী প্ৰাথমিক বিদ্যালয় খেল পথাৰত যোৱা ১৩ আৰু ১৪ মে’ত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মুকলি বিহুৰ বিভিন্ন আলোকচিত্ৰ গ্ৰহণ কৰিছে ষ্টাফ ফটোগ্ৰাফাৰ প্ৰভাত ৰাভাই।
chandubinews
-
May 15, 2017
0
আলোকচিত্ৰ
কাৰ্বি জনগোষ্ঠীৰ বসতি প্ৰধান গাঁও এখনৰ কেইখনমান ছবি
chandubinews
-
April 15, 2017
0
আলোকচিত্ৰ
অসম–মেঘালয় সীমান্তৰ ডুম’পাহাম গাঁওৰ কেইখনমান ছবি
chandubinews
-
March 15, 2017
0
আলোকচিত্ৰ
ফাগুনৰ ফ’টো
chandubinews
-
February 15, 2017
0
আলোকচিত্ৰ
ঐতিহাসিক চানডুবি বিলৰ পাৰত অনুষ্ঠিত সপ্তম বাৰ্ষিক চানডুবি উৎসৱ– ১৭’ৰ বিভিন্ন আলোকচিত্ৰ
chandubinews
-
January 15, 2017
0
আলোকচিত্ৰ
পথাৰৰ সোণালী ধান সাঁচি ৰাখিবলৈ কামৰূপ জিলাৰ অসম–মেঘালয় সীমান্তৱৰ্তী ৰাণী বজাৰত উভৈনদী হৈ পৰিছে দলৈ বাঁহেৰে নিৰ্মিত ডুলি।
chandubinews
-
December 15, 2016
0
আলোকচিত্ৰ
ভাৰতীয় কৃষি–গৱেষণা পৰিষদৰ–ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰই কামৰূপ জিলাৰ ৰাণীত আয়োজন কৰা ‘গাহৰি প্ৰদৰ্শনী–২০১৬’ শীৰ্ষক কাৰিকৰী উন্নয়ন কৰ্মশালা এখনৰ বিভিন্ন আলোকচিত্ৰ
chandubinews
-
December 15, 2016
0
আলোকচিত্ৰ
পৰ্যটন ক্ষেত্ৰত অন্য এক নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যে অৰুণাচল চৰকাৰে ৰাজ্যখনৰ পৰ্যটন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ সহযোগত যোৱা ২১, ২২ আৰু ২৩ অক্টোবৰত টাৱাং চহৰত উদ্যাপন কৰে “টাৱাং মহোৎসৱ”। তলত টাৱাং মহোৎসৱৰ বিভিন্ন দৃশ্য দেখা গৈছে।
chandubinews
-
November 15, 2016
0
আলোকচিত্ৰ
‘উমচালানি’ মূলত খাচি শব্দ। খাচি শব্দৰে নামাকৰণ এই উমচালানি নদী। মেঘালয়ৰ উমচালানি নদীখনে অসমত কপিলী নামেৰে জনাজাত। মেঘালয়ৰ ৰি–ভয় জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে নদীখনত সৰু বান্ধ দি পানী যোগানৰ ব্যৱস্থা কৰিছে। এই বান্ধৰ লগতে অঞ্চলটোৰ বাসিন্দাৰ যাতায়তৰ কিছু আলোকচিত্ৰ প্ৰকাশ কৰা হৈছে।
chandubinews
-
October 15, 2016
0
1
2
3
4
...
6
Page 3 of 6