Friday, April 19, 2024
Homeআলোকচিত্ৰপৰ্যটন ক্ষেত্ৰত অন্য এক নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যে অৰুণাচল চৰকাৰে ৰাজ্যখনৰ পৰ্যটন...

পৰ্যটন ক্ষেত্ৰত অন্য এক নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যে অৰুণাচল চৰকাৰে ৰাজ্যখনৰ পৰ্যটন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ সহযোগত যোৱা ২১, ২২ আৰু ২৩ অক্টোবৰত টাৱাং চহৰত উদ্‌যাপন কৰে “টাৱাং মহোৎসৱ”। তলত টাৱাং মহোৎসৱৰ বিভিন্ন দৃশ্য দেখা গৈছে।

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬

আলোকচিত্ৰঃ হ’নী জৈন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward