Tuesday, March 19, 2024
Homeবিজ্ঞাপননৱোদয় বিদ্যালয় সমিতিত ভিন্ন বৰ্গৰ পদ খালী

নৱোদয় বিদ্যালয় সমিতিত ভিন্ন বৰ্গৰ পদ খালী

প্ৰকাশিত তাৰিখঃ ৩ ডিচেম্বৰ’ ২০১৭

নৱোদয় বিদ্যালয় সমিতিত অনা শিক্ষককৰ পদত নিযুক্তিৰ বাবে আবেদন পত্ৰ বিচাৰিছে। অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে অহা ১৩ ডিচেম্বৰ’ ২০১৭ বা তাৰ আগতে অনলাইনযোগে আবেদন কৰিব পাৰে

পদৰ সবিশেষঃ

মুঠ পদৰ সংখ্যাঃ ৬৮৩টা, ইয়াৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আবণ্টিত পদৰ সংখ্যা হ’ল ৯৪ টা

পদৰ নামঃ ষ্টাফ নাৰ্ছ (মহিলা)   

পদৰ সংখ্যাঃ ৬ টা (৪ টা পদ অসংৰক্ষিত, অবিচি আৰু এছ চিৰ বাবে ১টাকৈ পদ সংৰক্ষিত)     

পদৰ নামঃ কেটাৰিং এছিছটেণ্ট

পদৰ সংখ্যাঃ ১৬ টা (৩টা অসংৰক্ষিত, ৬টা অবিচি, এছ চি আৰু এছ টিৰ ১টাকৈ পদ সংৰক্ষিত)

পদৰ নামঃ এল ডি চি/ ষ্টোৰ কীপাৰ 

পদৰ সংখ্যাঃ ৬৫ টা (২৮ টা অসংৰক্ষিত, ১০টা অবিচি, ২২টা এছ চি, ৫টা এছ টিৰ বাবে সংৰক্ষিত)

পদৰ নামঃ লেৱ এটেনডেণ্ট 

পদৰ সংখ্যাঃ ৭টা (৩ টা অসংৰক্ষিত, ৪ টা অবিচিৰ বাবে সংৰক্ষিত)

অধিক জানিবৰ বাবে চাওঁক >> << www.nvshq.org >>

RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward