Tuesday, March 19, 2024
Homeবিজ্ঞাপনঅসম জুডিচিয়েল একাডেমীত নিযুক্তি

অসম জুডিচিয়েল একাডেমীত নিযুক্তি

প্ৰকাশিত তাৰিখঃ ২৯ নৱেম্বৰ, ২০১৭

অসম জডিচিয়েল একাডেমীত খালী হোৱা কিছু সংখ্যক পদৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন পত্ৰ বিচাৰিছে। যোগ্যতাসম্পন্ন আৰু ইচ্ছুক প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে ১০ ডিচেম্বৰ বা তাৰ আগতে আবেদন পত্ৰ পঠিয়াব পাৰে। (গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ ড বাণীকান্ত কাকতি পথৰ ভোলানাথ মন্দিৰৰ সমীপত অৱস্থিত অসম জডিচিয়েল একাডেমী)

আবেদনৰ সবিশেষ জানিবৰ বাবে চাওঁক >>

<< www.jaassam.gov.in >>  

RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward