Tuesday, March 19, 2024
Homeআলোকচিত্ৰআলোকচিত্ৰ ক’ক’ খেতি অসম তথা উত্তৰ–পূৰ্বাঞ্চলত নতুনকৈ পৰিচিতি লাভ কৰিছে যদিও খেতিবিধৰ...

আলোকচিত্ৰ ক’ক’ খেতি অসম তথা উত্তৰ–পূৰ্বাঞ্চলত নতুনকৈ পৰিচিতি লাভ কৰিছে যদিও খেতিবিধৰ বাণিজ্যিক সম্ভাৱনা অধিক। উত্তৰ–পূৰ্বাঞ্চলৰ জলবায়ু এইখেতিৰ বাবে উপযোগী বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। নামী–দামী চকলেট তৈয়াৰ কৰিবলৈ ক’ক’ ফল ব্যৱহাৰ কৰা হয়। ষ্টাফ ফটোগ্ৰাফাৰ প্ৰভাত ৰাভাৰ কেমেৰাত কেইখনমান ক’ক’ গছৰ ছবি।

ক’ক’ খেতি অসম তথা উত্তৰ–পূৰ্বাঞ্চলত নতুনকৈ পৰিচিতি লাভ কৰিছে যদিও খেতিবিধৰ বাণিজ্যিক সম্ভাৱনা অধিক। উত্তৰ–পূৰ্বাঞ্চলৰ জলবায়ু এইখেতিৰ বাবে উপযোগী বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। নামী–দামী চকলেট তৈয়াৰ কৰিবলৈ ক’ক’ ফল ব্যৱহাৰ কৰা হয়। ষ্টাফ ফটোগ্ৰাফাৰ প্ৰভাত ৰাভাৰ কেমেৰাত কেইখনমান ক’ক’ গছৰ ছবি। 

   

RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward