Tuesday, March 19, 2024
Homeবিজ্ঞাপনঅসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত পদ খালী

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত পদ খালী

প্ৰকাশিত তাৰিখঃ ২ ডিচেম্বৰ’ ২০১৭

গুৱাহাটীৰ খানাপাৰাত অৱস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত খালী হোৱা পদৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। ইচ্ছুক তথা অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে অহা ২২ ডিচেম্বৰ বা তাৰ আগতে খালী হোৱা পদ সমূহত আবেদন কৰিব পাৰে

খালী হোৱা পদৰ সবিশেষঃ

পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট  

পদৰ সংখ্যাঃ ২ টা

পদৰ নামঃ লাইব্ৰেৰিয়ান  

পদৰ সংখ্যাঃ ১টা  

পদৰ নামঃ অডিঅ’ভিজুৱেল   

পদৰ সংখ্যাঃ ১টা

বয়সৰ উচ্চ সীমাঃ

প্ৰাৰ্থীৰ বয়স ০১–০১–২০১৭ বৰ্ষৰ ভিতৰত ২১–৪৩ বছৰৰ ভিতৰত। অৱশ্যে এছ চি/ এছ টি/ বিশেষভাৱে সক্ষম প্ৰাৰ্থীক ৫ বছৰ আৰু প্ৰাক্তন সৈনিকৰ বাবে দুবছৰ ৰেহাইৰ ব্যৱস্থা আছে।

শিক্ষাগত অৰ্হতাঃ

জুনিয়ৰ এছিছটেণ্টৰ বাবেঃ স্নাতক ডিগ্ৰীধাৰী

লাইব্ৰেৰিয়ান পদৰ বাবেঃ লাইব্ৰেৰী ছায়েন্সত স্নাতক ডিগ্ৰীধাৰী

অডিঅ’ভিজুৱেল পদৰ বাবেঃ মেট্ৰিক অথবা সমপৰ্যায়ৰ

আবেদন পত্ৰ পঠিওৱা ঠিকনা

প্ৰশিক্ষণ সঞ্চালক

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

জৱাহৰ নগৰ

খানাপাৰা, গুৱাহাটী – ২২

সবিশেষ জানিবৰ বাবে চাওঁক >> << www.aasc.gov.in >>    

RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward