Tuesday, March 19, 2024
Homeবিজ্ঞাপনৰাজহ বিভাগত নিযুক্তি

ৰাজহ বিভাগত নিযুক্তি

প্ৰকাশিত তাৰিখঃ ২৮ নৱেম্বৰ, ২০১৭

অসম চৰকাৰৰ ৰাজহ বিভাগৰ বিভিন্ন বৰ্গৰ পদ পূৰণৰ বাবে যোগ্যতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰৰ আহ্বান কৰিছে। ইচ্ছুক যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে।        

পদৰ সবিশেষ 

মুঠ পদৰ সংখ্যাঃ ৭২ টা

পদ সমূহৰ নামঃ জুনিয়ৰ এছিছটেণ্ট, জাৰিকাৰ, কপিষ্ট আৰু পিয়ন।

অসংৰক্ষিত পদঃ ২০ টা

অনুসূচিত জনজাতি (ভৈয়াম)ৰ বাবে সংৰক্ষিত পদঃ ৬ টা

অনুসূচিত জনজাতি (পাৰ্বত্য)ৰ বাবে সংৰক্ষিত পদঃ ৬ টা

অনুসূচিত জাতিৰ বাবে সংৰক্ষিত পদঃ ৮ টা

অ বি চি/ এম অ বি চি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদঃ ৩২ টা

দৰমহাৰ নিৰিখঃ ২৩,০০০ – ৪৯,০০০ টকা আৰু গ্ৰেড পে’– ৬,২০০ টকা লগতে অন্যান্য ভাট্টা সমূহ।

শিক্ষাগত অৰ্হতাঃ

জুনিয়ৰ এছিছটেণ্ট/ জাৰিকাৰ পদৰ বাবেঃ বি এ/ বি এছ চি/ বি কম যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী।

কপিষ্ট পদৰ  বাবেঃ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ উপৰিও টাইপিঙৰ ডিপ্লমা থকা প্ৰয়োজন।

পিয়ন পদৰ বাবেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ।

বয়সৰ উচ্চ সীমাঃ

আবেদনকাৰীৰ বয়স ১ জানুৱাৰী ২০১৭ চনত সৰ্বাধিক ৪৩ বছৰ (মেট্ৰিক/ উচ্চতৰ মাধ্যমিকৰ এডমিট কাৰ্ডৰ ভিত্তিত)। চৰকাৰী বিধি অনুসৰি এছ টি/ এছ চি প্ৰাৰ্থীসকলে ৫ বছৰ ৰেহাই পাব।  

ইচ্ছুক প্ৰাৰ্থীসকলে ১১ ডিচেম্বৰৰ মাজ নিশালৈ অনলাইন যোগে আবেদন কৰিব পাৰিব।

RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward