Thursday, March 28, 2024
Homeবিজ্ঞাপননেৰামেক (NERAMAC)ত নিযুক্তি

নেৰামেক (NERAMAC)ত নিযুক্তি

প্ৰকাশিত তাৰিখঃ ২৮ নৱেম্বৰ, ২০১৭

ভাৰত চৰকাৰৰ সংস্থা উত্তৰ–পূব আঞ্চলিক কৃষি বিপণন নিগম (NERAMAC)ত সহকাৰী প্ৰৱন্ধক (বিপণন) আৰু কাৰ্যবাহী সচিব ( ই এছ) পদৰ বাবে যোগ্যতাসম্পন্ন ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰৰ আহ্বান কৰিছে। ইচ্ছুক যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদ সমূহত নিযুক্তিৰ বাবে ৩০ নৱেম্বৰ’ ২০১৭ত আবেদন কৰিব পাৰে। 

পদৰ সবিশেষ 

মুঠ পদৰ সংখ্যাঃ ২ টা

পদৰ নামঃ সহকাৰী প্ৰৱন্ধক (বিপণন)

পদৰ সংখ্যাঃ ১টা

পদৰ নামঃ কাৰ্যবাহী সচিব (ই এছ)

পদৰ সংখ্যাঃ ১টা

শিক্ষাগত অৰ্হতাঃ

সহকাৰী প্ৰৱন্ধক (বিপণন)পদৰ বাবেঃ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে এম বি এ ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়। কৃষি/ উদ্যান শস্য/ খাদ্য সংসাধন/ কৃষি বিপণন ডিগ্ৰীধাৰী সকলে প্ৰথম অগ্ৰাধিকাৰ লাভ কৰিব।

কাৰ্যবাহী সচিব (ই এছ) পদৰ বাবেঃ যিকোনো শাখাত স্নাতক ডিগ্ৰী হোৱাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।   

বয়সৰ উচ্চ সীমাঃ ২৫ ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।

অধিক জানিবৰ বাবে চাওঁক  www.neramac.com  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward