24.2 C
Guwahati
Tuesday, May 18, 2021
Tags Agriculture

Tag: agriculture

কৃষিক্ষেত্ৰ সেউজ কৰি তুলিবলৈ যুৱ প্ৰজন্মৰ এচাম সংকল্পবদ্ধ

প্ৰকাশিত তাৰিখঃ ১ ফেব্ৰুৱাৰী, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – সতীশ ৰাভা, ৩৫ বছৰীয়া যুৱকজনৰ ঘৰ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ কুলশীৰ কাষৰ বগাপানী–শালবাৰী গাঁওত। সতীশ কৃষক পৰিয়ালত...

ব্ৰেণ্ড এম্বেচেদৰ জুবিন গাৰ্গ, উপেক্ষিত কৃষি খণ্ড আৰু ভিয়েটনামৰ কৃষি পদ্ধতি

প্ৰকাশিত তাৰিখঃ ১৭ আগষ্ট, ২০২০  নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – অসমৰ যুৱ প্ৰজন্ম কৃষিৰ প্ৰতি আগ্ৰহী নহয় বুলি ৰাজ্যখনৰ কৃষি মন্ত্ৰী অতুল বৰাই ব্যক্ত কৰিছে। চৰকাৰে যুৱ...

লকডাউনে সৃষ্টি কৰা কৃষক আৰু শাওঁণৰ পথাৰত ব্যস্ত কৃষক–ৰোৱনীসকল

প্ৰকাশিত তাৰিখঃ ৩ আগষ্ট, ২০২০ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – লকডাউন চলি থকাৰ বাবে অসমৰ মানুহে অধিক উদ্যমেৰে খেতি–বাতিৰ লগত জড়িত হৈ পৰিছে। বিশেষকৈ চৰকাৰী–বেচৰকাৰী কৰ্মচাৰী, ছাত্ৰ–ছাত্ৰী,...

জীৱন সংগ্ৰাম

প্ৰকাশিত তাৰিখঃ ৬ জুলাই, ২০২০ ফটোঃ প্ৰভাত ৰাভা  Pix: Prabhat Rabha

পশ্চিম গুৱাহাটী সমষ্টিৰ মাণিকপুৰ আৰু পুৰাণশুকুৰবেৰীয়া গাঁৱৰ দুগৰাকী জালুক খেতিয়ক

প্ৰকাশিত তাৰিখঃ ১ জুন, ২০২০   শিৰোনামৰ ফটোঃ চানডুবি নিউজ   Title Pix: Chandubi News  

চৰকাৰৰ কোনো সাহাৰ্য আঁচনিয়ে ঢুকি নোপোৱা কৃষকসকলৰ কথাৰে

প্ৰকাশিত তাৰিখঃ ১জুন, ২০২০ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – নিৰ্বাচনৰ ফলাফলৰ দৰে ৰাজ্যখনত এতিয়া ক’ৰ’ণা প’জিটিভ সংখ্যা বাঢ়িব ধৰিছে। ক’ৰ’ণাৰ সংক্ৰমণে ৰূদ্ৰ ৰূপ ধাৰণ কৰাত ভয়–শংকাৰ...

ৰাজ্যত তিনি তৰপীয়া কৃষি পদ্ধতিৰ পোষকতাঃ কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰকাশিত তাৰিখঃ ২৫ মে’, ২০২০   নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – লকডাউনত ভাঙি পৰা কৃষি অৰ্থনীতি টনকিয়াল কৰিবলৈ হ’লে ৰাজ্যৰ কৃষি পদ্ধতি পৰিৱৰ্তন কৰিবই লাগিব। কাৰণ অৰ্থনৈতিক ক্ষতি...

এদল আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞানীৰ কলিয়াবৰৰ আলুখেতি পৰিদৰ্শন 

প্ৰকাশিত তাৰিখঃ ২৫ ফেব্ৰুৱাৰী, ২০১৯   চি এন ডেক্স – আলুখেতিৰ বাবে জনাজাত হ’ল কলিয়াবৰৰ মাধতাৰী অঞ্চল। উক্ত অঞ্চলৰ তোষেশ্বৰ বৰা, দিনৰাম বৰা, প্ৰদীপ শইকীয়া, প্ৰদীপ...

খেতি আৰু খেতিয়ক

শাক তলিত ব্যস্ত দুজন খেতিয়ক, পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মজুলী চাপৰিত ছবিঃ চানডুবি নিউজ Picture: Chandubi News

ৰাজ্যত কৃষক আৰু চাহ শ্ৰমিক উন্নয়নত গুৰত্বঃ অভিলাষী আঁচনি গ্ৰহণ ৰাজ্য চৰকাৰৰ

প্ৰকাশিত তাৰিখঃ ২৪ ডিচেম্বৰ, ২০১৮   চি এন ডেক্স – কৃষক সমাজৰ উন্নয়নত গুৰুত্ব আৰোপ কৰি বহুকেইখন আঁচনি গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৰাজ্য চৰকাৰে। চৰকাৰে...

Most Read

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৭ মে’ ২০২১ কৰ্মৰ নাই কোনো শ্ৰেণী বিভাজন      ফটোঃ চানডুবি নিউজ Pix: Chandubi News

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৭ মে’ ২০২১ কদৰ্যময় পৰিবেশ, দক্ষিণ কামৰূপৰ অন্যতম বাণিজ্য চহৰ বিজয় নগৰৰ দৃশ্য ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৭ মে’ ২০২১ ব্যস্ত ৰাজপথত এজাক ঘৰচীয়া জন্তু, গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী দীপৰ বিলৰ সমীপত ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৭ মে’ ২০২১ বিদায় ব’হাগ     ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha