29 C
Guwahati
Tuesday, August 3, 2021

LATEST ARTICLES

ডগৰ বুৰা জান

প্ৰকাশিত তাৰিখঃ ২১ জুন, ২০২১ এশ বছৰ অতিক্ৰম কৰা শালগছৰ মূঢ়া। চানডুবি বিলৰ ডগৰ বুৰা জানৰ এই দৃশ্য। ফটোঃ চানডুবি নিউজ Pix: Chandubi News

লাংখাৰ–ভেৰভেৰী গাঁও

প্ৰকাশিত তাৰিখঃ ২১ জুন, ২০২১ অসম–মেঘালয় সীমান্তৱৰ্তী লাংখাৰ–ভেৰভেৰী গাঁৱৰ এখন জৰাজীৰ্ণ বাঁহৰ দলং। ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গাঁও দুখনৰ লোকসকলে এনেদৰেই যাতায়ত কৰি আছে। ফটোঃ চানডুবি নিউজ Pix:...

ল’কেয়া মুখ 

প্ৰকাশিত তাৰিখঃ ১৪ জুন, ২০২১ জীৱন–জীৱিকাৰ ক্ষেত্ৰ হৈ উঠক কলহী নদী আৰু ল’কেয়া মুখ  ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

মিকিৰ–বামুণী গ্ৰাণ্টৰ ভূমি আন্দোলন আৰু তপতজুৰি পাহাৰৰ বন্য হস্তীৰ মৃত্যু

প্ৰকাশিত তাৰিখঃ ১৪ জুন, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা– এক দুখজনক খবৰে সমগ্ৰ ৰাজ্যখনক জোকাৰি গ’ল। অতি দূৰ্ভাগ্যজনকভাৱে মৃত্যু হ’ল কেইবাটাও বনৰীয়া হাতীৰ। যোৱা ১২ মে’ ২০২১ৰ...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৪ জুন, ২০২১ এখন বাহনে বেত কঢ়িয়াই নি থকা অৱস্থাত, অসম–মেঘালয় সীমান্তৱৰ্তী ৰাণীত  ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

প্ৰকৃতিৰ জামাদাৰ স্বৰূপ শগুণ

প্ৰকাশিত তাৰিখঃ ৭ জুন, ২০২১ প্ৰকৃতিৰ জামাদাৰ স্বৰূপ শগুণ বৰ্তমান সংকটৰ গৰাহত। এই পক্ষীবিধ সংৰক্ষণৰ প্ৰয়োজন আহি পৰিছে। অলপতে ৰাণী বেলগুৰীৰ শগুণ প্ৰজনন আৰু সংৰক্ষণ...

বন বিভাগৰ অৰ্কিড সংৰক্ষণ আৰু অধ্যয়ন ক্ষেত্ৰঃ ৰাভা ছাত্ৰ সংগঠন, প্ৰকৃতিপ্ৰেমীৰ প্ৰতিক্ৰিয়া

প্ৰকাশিত তাৰিখঃ ৭ জুন, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – বনানিকৰণ ক্ষতিপূৰণ পুঁজি ব্যৱস্থাপনা আৰু পৰিকল্পনা প্ৰাধিকৰণ (Compensatory Afforestation Fund Management and Planning Authority) চমুকৈ ‘কেমপা’ কেন্দ্ৰীয়...

কুলশী নদীৰ বুকু শুকান আৰু বাথা নদীৰো গতি সলনি

প্ৰকাশিত তাৰিখঃ ৩১ মে’ ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – মেঘালয়ৰ পাহাৰৰ সৰু–বৰ জুৰি–নিজৰাৰ সমষ্টিয়ে অসমত একো একোখন বিশাল নদীৰ সৃষ্টি কৰিছে। কলহীও তেনে এখন নদী যাৰ...

প্ৰকৃতি

প্ৰকাশিত তাৰিখঃ ৩১ মে’ ২০২১ কালৈকে ৰৈ থকা নাই। মাথো নিজৰ বাটত খোজ পেলাই আদৰিছে সকলোকে ফটোঃ চানডুবি নিউজ Pix: Chandubi News

বাঁহৰ দলং

প্ৰকাশিত তাৰিখঃ ৩১ মে’ ২০২১ অসম–মেঘালয় সীমান্তত অৱস্থিত প্ৰায় ডেৰশ মিটাৰ দৈৰ্ঘৰ এখন বাঁহৰ দলং। চানডুবি বিলৰ পৰা কেই কিলোমিটাৰমান দূৰৰ লাংখাৰ গাঁৱত অৱস্থিত এই...

Most Popular

বন বিভাগৰ আঁচনি

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ বন বিভাগৰ এই আঁচনিখন ৰূপায়ণৰ নামত নিশ্চয় বহু লাখ টকা খৰচ কৰিব। কিন্তু বাস্তৱক্ষেত্ৰত আঁচনিখনৰ সফল ৰূপ পাবনে? যি হাৰত...

অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমা সংঘাতৰ ঐতিহাসিক কাৰণ

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – ভাৰতবৰ্ষ স্বাধীনতা লাভৰ পাছত উত্তৰ–পূৰ্বাঞ্চলত অসম, মণিপুৰ আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য গঠন হৈছিল। আজিৰ মিজোৰাম, নগালেণ্ড,...

খেতিপথাৰত মহিলা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ শাওণৰ পথাৰ। কৃষি কৰ্মত ব্যস্ত মহিলাসকল। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ খেতিপথাৰত। ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

লক্ষ্মী ফেঁচা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ এহাল লক্ষ্মী ফেঁচা। ক্ৰমান্বয়ে বিলুপ্তিৰ পিনে গতিকৰা ফেঁচা হালক মহানগৰীৰ পামহীত দেখা গৈছে। ফটোঃ মৰ্মেশ্বৰ বড়ো Pix: Marmeswar Boro

Recent Comments