Thursday, December 2, 2021
Google search engine
HomePHOTOGRAPHYচাদা খেতি

চাদা খেতি

এসময়ৰ গাঁৱৰ বুঢ়া–বুঢ়ী সকলৰে জনপ্ৰিয় আছিল এই চাদা খেতি। কালৰ সোঁতত খেতিবিধ হেৰাই গৈছে। তামোলৰ লগত খোৱা, মিক্সাৰ তৈয়াৰ কৰি খোৱা, চূণৰ লগত মোহাৰি মুখত লোৱা সকলোবোৰ নিজৰ খেতিৰ উৎপাদনেৰে কৰিছিল। এতিয়াৰ দৰে সেইচাম মানুহে বিৰি, চিগাৰেট, চাদা বজাৰৰ পৰা কিনি খোৱা নাছিল। সেয়ে তেওঁলোক বজাৰত উপলব্ধ বিৰি–চিগাৰেট, চাদাৰ ঘোৰ বিৰোধী আছিল যদিও নিজে উৎপাদন কৰা চাদাৰ সপক্ষে কৈছিল। তাহানিৰ পৰম্পৰা এতিয়াও এচাম মানুহে ধৰি ৰাখিছে, তাৰেই দৃশ্য এয়া।  

ফটোঃ চানডুবি নিউজ

Photo: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward