Monday, April 29, 2024
HomeNEWSমাটাং গাঁৱৰ দৃশ্য

মাটাং গাঁৱৰ দৃশ্য

প্ৰকাশিত তাৰিখঃ ৮ এপ্ৰিল, ২০২৪

ঘৰৰ চাল ছ’ৱাবলৈ ব্যৱহাৰ কৰা এবিধ উৎকৃষ্টমানৰ খেৰ। ঠাই বিশেষে জনজাতীয় লোকসকলে এইবিধ খেৰক ‘বাৰেঙা খেৰ’ বুলি কয়। পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীৰপৰা কেইবা কিলোমিটাৰ দূৰৈৰ পাহাৰীয়া মাটাং গাঁৱত এগৰাকী কাৰ্বি কৃষকে খেৰবিধ ঘৰলৈ নিয়াৰ বাবে সাজু কৰি থকা দেখা গৈছে।

ফটোঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা
Pix: Nirendra Prasad Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward