Saturday, March 15, 2025
Homeবিজ্ঞাপনঅইল ইণ্ডিয়া লিমিটেড

অইল ইণ্ডিয়া লিমিটেড

অইল ইণ্ডিয়া লিমিটেডত খালী হোৱা পদত নিযু্ক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে।

পদসমূহঃড্ৰিলিং ইঞ্জিনীয়াৰ
পদৰ সংখ্যাঃ১০ টা
দৰমহাৰ নিৰিখঃ৭৮,৫০০ টকা (ঠিকা ভিত্তিত)
শিক্ষাগত অৰ্হতাঃবি ই/ বি টেক
আবেদন পঠোৱাৰ ঠিকনাঃচেণ্টাৰ অৱ এক্সেলেঞ্চ ফৰ এনাৰ্জি ষ্টাডিজ, ৰুক্মিণীগাঁও, জি এছ ৰোড, গুৱাহাটী – ৭৮১০২২
আবেদনৰ অন্তিম দিনঃ ৭ চেপ্টেম্বৰ, ২০১৬
অধিক জানিবৰ বাবে চাওকঃwww.oil-india.com

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward