প্ৰকাশিত তাৰিখঃ ২৭ আগষ্ট, ২০২৪
খাছি মাণ্ডাৰিন প্ৰজাতিৰ কমলা টেঙা অতি ৰসাল আৰু সুমিষ্ট। ডাল ভৰি ভৰি ফল লাগিছে। কেইটামান মাহৰ পিছত কমালবিধৰ সোৱাদ ল’ব পাৰিব। পশ্চিম গুৱাহাটী সমষ্টিৰ অসম-মেঘালয় সীমাঞ্চলৰ জিমিৰিগাঁৱত।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News