Wednesday, October 23, 2024
HomeNEWSচানডুবিৰ বাকৰিত বৃক্ষৰোপণ

চানডুবিৰ বাকৰিত বৃক্ষৰোপণ

চানডুবি নিউজ ৰিপ’ৰ্ট –

আগন্তুক ২০২৫ বৰ্ষৰ চানডুবি উৎসৱ উদযাপনৰ বাবে বিচিত্ৰ ৰাভাক সভাপতি আৰু দীপজ্যোতি বাৰ্চুঙক সম্পাদক হিচাপে লৈ ইতিমধ্য মূল সমিতিখন গঠন কৰিছে।

নৱ গঠিত চানডুবি উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ১৭ জুনত চানডুবি বিলৰ বাকৰিত এক বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে।

চানডুবি উৎসৱ উদযাপন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি দেৱজিৎ নাফাই বৃক্ষ ৰোপন কাৰ্যসূচী শুভাৰম্ভণ কৰে।

বৃক্ষৰোপন কাৰ্যসূচীত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা, ষষ্ঠ অনুসূচী দাবী সমিতি, মহিলা পৰিষদ, সদৌ ৰাভা কৃষ্টি সন্মিলনৰ বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক সমিতি আৰু স্থানীয় ৰাজাপাৰা গাঁৱৰ যুৱক সংঘৰ বিষববীয়াসকলে অংশ গ্ৰহণ কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward