প্ৰকাশিত তাৰিখঃ ১১ নৱেম্বৰ, ২০২৪
মাইলৰ খুঁটি স্বৰূপ কপিলী–ডুম’পাহাম–জালুকপাহাম পথ। দেশ স্বাধীনতাৰ ৭৫ বছৰৰ মুৰত দূৰ্গম এলেকাৰ লোকসকলে এটি পকী পথৰ মুখ দেখিছে। যদিও পথটোৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ বুলি অভিযোগ উঠিছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News