Wednesday, October 16, 2024
HomeNEWSউন্নত জাতৰ জালুক পুলি বিতৰণ

উন্নত জাতৰ জালুক পুলি বিতৰণ

প্ৰকাশিত তাৰিখঃ ২৬ আগষ্ট, ২০২৪

ৰাণীস্থিত ৰাংচাৰী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে অসম চৰকাৰৰ ৰাণী কৃষি চক্ৰৰ সহযোগত ২৫ আগষ্টত খেতিয়কৰ মাজত উন্নত জাতৰ জালুক পুলি বিতৰণ কৰে। কোম্পানীৰ ৰাণী–সজ্জনপাৰাত থকা নিজ কাৰ্যালয়ত জালুক পুলি সমূহ বিতৰণ কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward