প্ৰকাশিত তাৰিখঃ ২৩ মে’, ২০২২
দক্ষিণ কামৰূপৰ শ্ৰীশ্ৰীচতুৰ্ভূজ দীঘলকুছি সত্ৰত মহাপুৰুষীয়া ধৰ্মালোচনী সভা, শ্ৰীশ্ৰীশঙ্কৰদেৱ মন্দিৰ, শুৱালকুছিৰ প্ৰচাৰ শাখাৰ উদ্যোগত আৰু বৰদুৱাৰ আঞ্চলিক সত্ৰ মহাসভাৰ সহযোগত ২২মে’ত আয়োজিত উক্ত আলোচনা চক্ৰৰ দৃশ্য।
আলোকচিত্ৰঃ চানডুবি নিউজ
Pix: Chandubi News