প্ৰকাশিত তাৰিখঃ ১৪ অক্টোবৰ, ২০২৪
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ বেলগুৰিত আয়োজিত শলসন আঞ্চলিক দুৰ্গা পূজাই এইবাৰ ২১ বৰ্ষত ভৰি দিছে। আজি অৰ্থাৎ ১৩ অক্টোবৰত দুৰ্গাপূজাৰ প্ৰতিমা ৰাণীৰ কপিলী নদীত বিসৰ্জন দিয়ে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News