প্ৰকাশিত তাৰিখঃ ২৮ অক্টোবৰ, ২০২৪
ৰাণীৰ কপিলী বনভোজ কেন্দ্ৰলৈ যোৱাৰ বাটত হাতীমৰাঘূলিত বন বিভাগে স্থাপন কৰা নিৰীক্ষণ গেটখন। দিনক দিনে বাঢ়ি অহা উশৃংখল ৰোধৰ বাবে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ এই ব্যৱস্থা।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News