Saturday, April 19, 2025
HomePHOTOGRAPHYনিৰ্বাচনী পৰ্ব

নিৰ্বাচনী পৰ্ব

প্ৰকাশিত তাৰিখঃ ২৯ মাৰ্চ, ২০২১

চি এন ডেস্ক –

সন্মুখত ৬ এপ্ৰিল। দিন অতিক্ৰম কৰাৰ লগেলগে পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে। প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰি অনাৰ বাবে ‘ষ্টাৰ কেম্পেইনাৰ’ সকলে প্ৰচাৰ আৰম্ভ কৰিছে। যোৱা ২৭ মাৰ্চত মিৰ্জাৰ কোকঝাৰৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে অংশ গ্ৰহন কৰে। তলত প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনী সভাৰ বিভিন্ন দৃশ্য।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward