Tuesday, February 4, 2025
HomeNEWSকলহী নদীৰ পাৰৰ কটৰাবাৰী প্ৰাথমিক বিদ্যালয়

কলহী নদীৰ পাৰৰ কটৰাবাৰী প্ৰাথমিক বিদ্যালয়

প্ৰকাশিত তাৰিখঃ ৩ ফেব্ৰুৱাৰী, ২০২৫

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ কলহী নদীৰ পাৰত অৱস্থিত কটৰাবাৰী গাঁও। নদীটোৰ পাৰত গাঁওবাসীয়ে ১৯৮১ চনত স্থাপন কৰিছিল কটৰাবাৰী প্ৰাথমিক বিদ্যালয়খনৰ। স্থাপনকালত নদীখনৰ পৰা বিদ্যালয়খন বহু দূৰত আছিল। কিন্তু খহনীয়াৰ বাবে আজি নদীখন একেবাৰে বিদ্যালয়খনৰ ওচৰ চাপি আহিছে। এটা সময়ত হয়তো খহনীয়াই বিদ্যালয়খনকে উটুৱাই নিব পাৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward