ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ বঙাইগাঁও ৰিফাইনেৰীত কিছু সংখ্যক খালী পদ পূৰণৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ১০ মাৰ্চ, ২০১৮।
খালী হোৱা পদৰ সবিশেষ
১) পদৰ নামঃ জুনিয়ৰ ইঞ্জিনিয়াৰীং এছিছটেণ্ট–IV (প্ৰডাকচন)
পদৰ সংখ্যাঃ ২০টা
২) পদৰ নামঃ জুনিয়ৰ ইঞ্জিনিয়াৰীং এছিছটেণ্ট–IV (পি এণ্ড ইউ)
পদৰ সংখ্যাঃ ২ টা
৩) পদৰ নামঃ জুনিয়ৰ ইঞ্জিনিয়াৰীং এছিছটেণ্ট–IV (ইনষ্ট্ৰুমেণ্ট)/ জুনিয়ৰ টেকনিকেল এছিছটেণ্ট–IV
পদৰ সংখ্যাঃ ১ টা
৪) পদৰ নামঃ জুনিয়ৰ কোৱালিটী কণ্ট্ৰোল এনালিষ্ট –IV
পদৰ সংখ্যাঃ ৩ টা
৫) পদৰ নামঃ জুনিয়ৰ ইঞ্জিনিয়াৰীং এছিছটেণ্ট–IV (ফায়াৰ এণ্ড ছেফটি)
পদৰ সংখ্যাঃ ১ টা
৬) পদৰ নামঃ জুনিয়ৰ মেটেৰিয়েল এছিছটেণ্ট–IV/ জুনিয়ৰ টেকনিকেল এছিছটেণ্ট–IV
পদৰ সংখ্যাঃ ১ টা
৭) পদৰ নামঃ জুনিয়ৰ নাৰ্চিং এছিছটেণ্ট–IV
পদৰ সংখ্যাঃ ১ টা
বয়সৰ পৰিসীমাঃ ১৮–২৬ বছৰ (২৮–০২–২০১৮)। চৰকাৰী বিধি অনুসৰি এছ চি/ এছ টি আৰু অবিচি প্ৰাৰ্থীয়ে বয়সৰ উচ্চসীমা ৰেহাই পোৱাৰ ব্যৱস্থা।
সবিশেষ জানিবৰ বাবে বিভাগীয় ৱেৱচাইট চাওঁক >> <<www.iocl.com>>
বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>
আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা
To
The Deputy General Manager (HR)
Indian Oil Corporation Limited
Bongaigaon Refinery
PO: Dhaligaon
District: Chirang, Assam