Wednesday, October 16, 2024
Homeআলোকচিত্ৰৰঙামাটিৰ শ্ৰীশ্ৰীদূধকুঁৱৰী পীঠত মাৰৈ পূজা

ৰঙামাটিৰ শ্ৰীশ্ৰীদূধকুঁৱৰী পীঠত মাৰৈ পূজা

প্ৰকাশিত তাৰিখঃ ১৯ আগষ্ট, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰঙামাটিৰ দূধখুড়া পাহাৰত অৱস্থিত শ্ৰীশ্ৰীদূধকুঁৱৰী পীঠত ১৭ আগষ্টৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মাঁ মনসাৰ মাৰৈ পূজা। মাৰৈ পূজাৰ দ্বিতীয় দিনটোৰ দেওধনী নৃত্যৰ ছবি।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward