Wednesday, October 16, 2024
HomeNEWSশিল্পী মাটিৰাম ৰাভা আৰু অমূল্য ৰাভালৈ ‘শিল্পী সাধনা’ বঁটা

শিল্পী মাটিৰাম ৰাভা আৰু অমূল্য ৰাভালৈ ‘শিল্পী সাধনা’ বঁটা

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই, ২০২৪

সাহিত্য–সংস্কৃতিৰ বৃহত্তৰ মঞ্চঃ অসম নামৰ সংস্থাটোৱে দক্ষিণ কামৰূপৰ মাটিৰাম ৰাভা আৰু অমূল্য ৰাভাক এইবৰ্ষৰ ‘শিল্পী সাধনা’ বঁটা আগবঢ়াইছে। উল্লেখ্য যে, লোহাৰঘাটৰ মাটিৰাম ৰাভা বাঁহ শিল্প আৰু বকোৰ অমূল্য ৰাভা লোকবাদ্য নিৰ্মাণ শিল্পৰ লগত জড়িত। ১৪ জুলাইত গুৱাহাটীৰ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰক্ষাগৃহত আয়োজিত সংস্থাটোৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পী দু্গৰাকীলৈ এই বঁটা প্ৰদান কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward