Tuesday, October 14, 2025
HomeNEWSঅসম–মেঘালয় সাংস্কৃতিক বিনিময় কাৰ্যসূচী

অসম–মেঘালয় সাংস্কৃতিক বিনিময় কাৰ্যসূচী

প্ৰকাশিত তাৰিখঃ ১৫ চেপ্টেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

চুবুৰীয়া মেঘালয়ৰ ৰি-ভয় জিলাৰ পাথাৰখামা সদৰৰ নাতি দূৰৈত অৱস্থিত উমচাও আৰু বাৰেগাঁও। হিন্দু ধৰ্মাৱলম্বী ৰাভা জনগোষ্ঠীৰ বসতিপ্ৰধান গাঁও দুখনত ভাদ মাহ উপলক্ষে উপাসনা গৃহত নাম-প্ৰসংগ চলি আছে।

১৩ চেপ্টেম্বৰত সাংস্কৃতিক বিনিময় কাৰ্সূযচী হাতত লৈ গুৱাহাটী খানামুখৰ এটি আয়তী নামৰ দল উপস্থিত হয় গাঁও দুখনৰ মূল উপাসনা গৃহ শ্ৰীশ্ৰীকলীয়া ঠাকুৰ গোসাঁই ঘৰত।

ইয়াৰ পিছত নামতী সকলে বাৰেগাঁৱত অৱস্থিত চাংক্লী কল’নীৰ টেনচন ফ্ৰী মঞ্চতো নাম পৰিৱেশন কৰে।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward