Thursday, April 25, 2024
Homeবিজ্ঞাপনঅসম ঔদ্যোগিক সুৰক্ষা বাহিনীত পদ খালী

অসম ঔদ্যোগিক সুৰক্ষা বাহিনীত পদ খালী

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ’ ২০১৭

অসম ঔদ্যোগিক সুৰক্ষা বাহিনীত খালী হোৱা পূৰাবলৈ ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে উক্ত পদত নিযুক্তিৰ বাবে আবেদন জনাব পাৰে। আবেদনৰ অন্তিম তাৰিখ অহা ২৬ ডিচেম্বৰ’ ২০১৭।

খালী হোৱা পদৰ সবিশেষ

পদৰ নামঃ কনিষ্টবল

পদৰ সংখ্যাঃ ১৪৫ টা

বয়সৰ পৰিসীমাঃ ১৮–৪০ (১ জুলাই ২০১৭ অনুসৰি) অনুসূচীত জাতি/ অনুসূচীত জনজাতি (পাহাৰ/ ভৈয়াম) প্ৰাৰ্থীৰ বাবে ৫ বছৰ ৰেহাই।

দৰমহাৰ নিৰিখঃ ১৪০০০–৪৯০০০ + গ্ৰেড পে’ ৫৬০০/-

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ

বিজ্ঞাপন চাবৰ বাবে >> << ইয়াত ক্লিক কৰক >>

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনাঃ

To the Chairman

 State Level Police Recruitment Board

Rehabari, Guwahati– 781008, (Building of APHC)

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward