Friday, April 19, 2024
HomeNEWSআদৰৰ কপৌ দুজোপাই মেলিছে পাহি

আদৰৰ কপৌ দুজোপাই মেলিছে পাহি

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসমৰ হাবিত সহজে লাভ কৰা দুবিধ কপৌ ফুল। ফুল দুজোপা সযতনে কৰা সংৰক্ষণৰ পিছত পাহি মেলিছে। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী–আন্ধেৰীজুলিৰ দৃশ্য।

ফটোঃ প্ৰভাত ৰাভা, চানডুবি নিউজ

Pix: Prabhat Rabha, Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward