প্ৰকাশিত তাৰিখঃ ১ জানুৱাৰী, ২০২৪
কিংবদন্তি বণিক চান্দ সদাগৰৰ ‘চেপা পতা’ জান। জনশ্ৰুতি অনুসৰি এই জানটোতে চান্দ সদাগৰে চেপা পাতিছিল। বৰ্তমান এই জানটো মেঘালয়ৰ শ্ৰীনদীত অৱস্থিত। জানটোলৈ যাবৰ বাবে উকিয়ামৰপৰা খোজকাঢ়ি গ’লে প্ৰায় এঘণ্টা আৰু বাইকেৰে পচিশ মিনিটৰ বাট।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News