Sunday, February 25, 2024
HomeNEWSইতিহাস বিজড়িত চান্দ সদাগৰৰ ‘চেপা পতা’ জান

ইতিহাস বিজড়িত চান্দ সদাগৰৰ ‘চেপা পতা’ জান

প্ৰকাশিত তাৰিখঃ ১ জানুৱাৰী, ২০২৪

কিংবদন্তি বণিক চান্দ সদাগৰৰ ‘চেপা পতা’ জান। জনশ্ৰুতি অনুসৰি এই জানটোতে চান্দ সদাগৰে চেপা পাতিছিল। বৰ্তমান এই জানটো মেঘালয়ৰ শ্ৰীনদীত অৱস্থিত। জানটোলৈ যাবৰ বাবে উকিয়ামৰপৰা খোজকাঢ়ি গ’লে প্ৰায় এঘণ্টা আৰু বাইকেৰে পচিশ মিনিটৰ বাট।  

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward