Thursday, April 18, 2024
HomePHOTOGRAPHYছাটাৰগাঁৱত ইক’ ট্যুৰিজ’ম ফেষ্টিভেল

ছাটাৰগাঁৱত ইক’ ট্যুৰিজ’ম ফেষ্টিভেল

প্ৰকাশিত তাৰিখঃ ৮ ফেব্ৰুৱাৰী, ২০২১

গুৱাহাটী মহানগৰ জিলাৰ ছাটাৰগাঁৱত ৭ আৰু ৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ইক’ ট্যুৰিজম ফেষ্টিভেল– ২০২১। অসম ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত ফেষ্টিভেলৰ প্ৰথম দিনটোৰ বিভিন্ন ছবি।

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward